আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-cbc.ca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ৭ তাৰিখ মংগলবাৰ , ইংৰাজী ২২ জুন |
শুক্লাপক্ষ, দ্বাদশী তিথি, পুৱা ১০/২২/৩২মি. পৰা ত্রয়োদশী তিথি |

সূৰ্য্যোদয় = ৪/৩৬/২০ মি.
সূৰ্য্যোস্থয় = ৬/১৪/৩৩ মি.

জন্মত= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱাৰি গন, বাঘৰ অস্থি || পুৱা ৯/০/৫০মি. পৰা বৃশ্চিক ৰাশি (ন, য) =বিপ্ৰবৰ্ন, বৰুণ যোগ, দেৱাৰি গন, বাঘৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজহাঁহ দান | দিবা ২/২৩/২২ মি. পৰা পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক”লা গৰু বা ছাগলী দান ||

আজিৰ ৰাশিফলঃ =

মেষ = মনৰ আশা পূৰন হব |
বৃষ = কৰ্মত বাধা _বিঘিনি দেখা দিব |
মিথুন = ভ্ৰমণ সুখ অনুভৱ কৰিব |
কৰ্কট = মানসিক অৱসাদ লভিব |
সিংহ = সৰ্ব কৰ্ম সিদ্ধি যোগ আছে |
কন্যা = উপাৰ্জন বৃদ্ধি হব |
তুলা = সন্মান / গ্লানি ভয় আছে |
বৃশ্চিক = ঘৰুৱা বেমেজালি দেখা দিব |
ধনু = মনৰ উদ্বিগ্নতা বৃদ্ধি পাব |
মকৰ = সন্মান হানিৰ যোগ আছে |
কুম্ভ = শুভ সংবাদে মনত আনন্দ দিব |
মীন = কৰ্মত পৰিবৰ্তন অহিব পাৰে ||