আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-depositphotos

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ৪ তাৰিখ শনিবাৰ , ইংৰাজী ১৯ জুন |
শুক্লাপক্ষ, নৱমী তিথি, আবেলি ৬/৪৫/৪৬ মি. পৰা দশমী তিথি |

সূৰ্য্যোদয় = ৪/৩৫/৪৫ মি.
সূৰ্য্যোস্থয় = ৬/১৪/৯ মি.

জন্মত= কন্যা ৰাশি (প, ঠ), শূদ্ৰ বৰ্ন, বায়ু যোগ, দেৱ গন, মহিষৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজহাঁহ দান |

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম প্ৰাপ্তিৰ সুন্দৰ যোগ চলিছে |
বৃষ = কনিষ্টৰে বিৰোধ মনোভাৱ হোৱা দেখা যায় |
মিথুন = জ্ঞান লাভ কৰিব পাৰিব |
কৰ্কট = মান যশ বৃদ্ধি হব |
সিংহ = কৰ্মত জটিলতা বৃদ্ধি পাব পাৰে |
কন্যা = ঘৰুৱা ভাবে উন্নতিৰ যোগ আছে |
তুলা = হঠাৎ আৰ্থিক ভাৱে ক্ষতি হব পাৰে |
বৃশ্চিক = সামাজিক প্ৰশান্তি লাভ কৰিব |
ধনু = কনিষ্ঠৰ পৰা সহায় লাভ কৰিব |
মকৰ = অৰ্থৰ আগমন হ্ৰাস হব |
কুম্ভ = পদ মৰ্যদা লাভ কৰিব পাৰিব |
মীন = অধিক পৰিমাণে ব্যয় বৃদ্ধি হব |