আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি বহাগ মাহৰ ৩১ তাৰিখ শনিবাৰ, ইংৰাজী ১৫মে | শুক্লাপক্ষ, চতুৰ্থী তিথি ||

সূৰ্য্যোদয় = ৪/৪৬/৩০ মি.
সূৰ্য্যোস্থয় = ৫/৫২/৯ মি.

জন্মত= মিথুন ৰাশি, বৈশ্যবৰ্ন, দেৱগন, কুকুৰৰ অস্থি, মাহেন্দ্ৰ যোগ, প্ৰাতঃ ৬/১৩মি. পৰা মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে= ৭ দিনীয়া পতিহিতা যোগ, প্ৰাতঃ ৬/১৩মি. পৰা ৭দিনিয়া কান্তা যোগ ||

আজিৰ ৰাশিফলঃ =

মেষ= উৎসৱত ব্যস্ততা বাঢ়িব ||
বৃষ = কৰ্মত ব্যস্ততা বৃদ্ধিৰ যোগ ||
মিথুন = সাহসৰ পৰিচয় দিয়াৰ সুযোগ পাব ||
কৰ্কট = কৰ্মত নতুনত্ব আহিব ||
সিংহ= গৃহ নিৰ্মাণৰ বাবে মনোযোগ আহিব ||
কন্যা = খেতিয়কৰ দৈহিক শ্ৰম বৃদ্ধি হব ||
তুলা = অধ্যয়নৰতৰ অধ্যয়নত মনোযোগ বাঢ়িব ||
বৃশ্চিক = প্ৰতিভা বিকাশ কৰাৰ সুযোগ পাব ||
ধনু = হঠাৎ ধনাগম বৃদ্ধি হোৱাৰ যোগ ||
মকৰ= গায়কৰ বাবে গীতত সুনাম বাঢ়িব ||
কুম্ভ = আৰ্থিক বা শাৰীৰিক ক্ষতিৰ সম্ভাৱনা আছে ||
মীন = সাহিত্যিকৰ বাবে সাহিত্যত সন্মান বৃদ্ধি ||