আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ২৫ তাৰিখ বুধবাৰ , ইংৰাজী ৯ জুন |
কৃষ্ণপক্ষ, চতুৰ্দশী তিথি, দিবা ১/৫৭/৫১মি. পৰা অমাৱস্যা তিথি |

সূৰ্য্যোদয় = ৪/৩৪/৩৫ মি.
সূৰ্য্যোস্থয় = ৬/১১/৩১ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ) = শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱাৰি গন, ছাগলীৰ অস্থি |

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান |

*আজিৰ ৰাশিফলঃ* =

মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি পাব |
বৃষ = সন্মান লাভ কৰিবলৈ সমৰ্থ হব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰাৰ যোগ আছে |
সিংহ= ধনাগম বৃদ্ধি কৰিবলৈ সক্ষম হব |
কন্যা = অপযশ পাব পাৰে, সেয়ে সাৱধান হব |
তুলা = সঞ্চয় বৃদ্ধি কৰিবলৈ সক্ষম হব |
বৃশ্চিক = আত্মীয় আগমনে মন উৎসাহিত কৰিব |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ যোগ চলিছে |
মকৰ = এলাহ বৃদ্ধিয়ে আৰ্থিক ক্ষতি কৰিব |
কুম্ভ = উৎসাহ হীনতাত ভূগিব |
মীন =বন্ধুৰ আগমন ঘটিব |