আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc- dreamstimes

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ২০ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ৪ জুন |
কৃষ্ণপক্ষ, দশমী তিথি |

সূৰ্য্যোদয় = ৪/৩৪/৫৯ মি.
সূৰ্য্যোস্থয় = ৬/৮/৫২ মি.

জন্মত= মীনৰাশি (দ, চ), বিপ্ৰবৰ্ন, আগ্নি যোগ, মনুষ্য গন, গৰুৰ অস্থি |

আদ্যঋতু হলে= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান |

আজিৰ ৰাশিফলঃ =

মেষ =সম্পদ লাভ কৰিব |
বৃষ = কৰ্মত অৱহেলা আহিব |
মিথুন = মানসিক অশান্তি বৃদ্ধি পাব |
কৰ্কট = অনৰ্থক খৰচ বৃদ্ধি পাব |,
সিংহ= কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হব |
কন্যা = যশস্যা বৃদ্ধি পাব |
তুলা = সামাজিক দায়িত্ব বৃদ্ধি পাব |
বৃশ্চিক = বন্ধুৰ লগত বিৰোধ হব পাৰে |
ধনু = নিজৰ সঞ্চয় বৃদ্ধি হব |
মকৰ = নতুন যোগাযোগে মনত আনন্দ দিব |
কুম্ভ = বিপৰীত লিংগৰ সহাঁৰি লাভ কৰিব |
মীন = কৰ্ম ব্যস্ততা বৃদ্ধি পাব |