আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ১৯ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৩ জুন |
কৃষ্ণপক্ষ, নৱমী তিথি |

সূৰ্য্যোদয় = ৪/৩৪/১৫ মি.
সূৰ্য্যোস্থয় = ৬/৮/৩৫ মি.

জন্মত= কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন, অগ্নি যোগ, নৰগন, মনুষ্যৰ অস্তি | দিবা ১২/৭/৩৯মি. পৰা মীনৰাশি (দ, চ), বিপ্ৰবৰ্ন |

আদ্যঋতু হলে= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান |

*আজিৰ ৰাশিফলঃ* =

মেষ = মনৰ আশা পূৰন হব |
বৃষ = স্থান পৰিবৰ্তন হোৱাৰ যোগ আছে |
মিথুন = পুৰণি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কৰ্কট = সঞ্চয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে |
সিংহ= অযথা চিন্তাই মনত বাহ লব |
কন্যা = আনৰ সহায় লাভ কৰিব |
তুলা = চিকিৎসাত খেলিমেলি হব পাৰে |
বৃশ্চিক = কৰ্মত জটিলতা দেখা যায় |
ধনু = সিদ্ধান্ত লওঁতে খেলিমেলি হব পাৰে |
মকৰ = মনত ভয় আৰু উদ্বেগ বৃদ্ধি হব |
কুম্ভ = অনৰ্থক খৰচ বৃদ্ধি হব |
মীন = আত্মীয়ৰ আগমন ঘটিব |