আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-shutterstock

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ১৬ তাৰিখ সোমবাৰ, ইংৰাজী ৩১ মে |
কৃষ্ণপক্ষ, ষষ্ঠী তিথি |

সূৰ্য্যোদয় = ৪/৩৫/২৫ মি.
সূৰ্য্যোস্থয় = ৬/৭/২৫ মি.

জন্মত= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন, দেৱগন, কুম্ভীৰৰ অস্থি, অগ্নি যোগ |

আদ্যঋতু হলে= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান |

*আজিৰ ৰাশিফলঃ* =

মেষ = নতুন যোগাযোগ লাভ কৰিব |
বৃষ = হঠাৎ ধন লাভ কৰিব |
মিথুন = মনত চিন্তা বৃদ্ধি হব |
কৰ্কট = পুৰণি ঋণ আদায় হব |
সিংহ= কৰ্মত জটিলতা দেখা যায় |
কন্যা = ঠগৰ সম্ভাৱনা আছে, সাবধান হব |
তুলা = শত্রু বৃদ্ধি হোৱাৰ যোগ আছে |
বৃশ্চিক = মনৰ আশা পূৰন হব |
ধনু = অযথা ব্যয় হব |
মকৰ = ঋণ পৰিশোধ কৰিবলৈ সক্ষম হব |
কুম্ভ = দাম্পত্য জীৱনৰ সুখ ভোগ |
মীন = আত্মীয়ৰ আগমন ঘটিব |