আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ || যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ১৩ তাৰিখ শুক্ৰবাৰ, ইংৰাজী ২৮ মে |
কৃষ্ণপক্ষ, দ্বিতীয়া তিথি, দিনৰ ৯/৬/৩৯ মি. পৰা তৃতীয় তিথি |

সূৰ্য্যোদয় = ৪/৩৬/১০ মি.
সূৰ্য্যোস্থয় = ৬/৫/৫৫ মি.

জন্মত= ধনুৰাশি (ধ, ভ, ফ), ক্ষত্রিয় বৰ্ন, দেৱাৰি গন, গন্ধৰ্ব অস্থি, বৰুণ যোগ |

আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান |

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্মৰ পৰিবৰ্তন হব |
বৃষ = সমস্যা সমাধান হোৱাৰ দিশে |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = নিজৰ দায়িত্ব বৃদ্ধি হব |
সিংহ= জ্ঞান লাভ কৰিব পাৰিব |
কন্যা = মনত হতাশা বৃদ্ধি হব |
তুলা = এলাহ বৃদ্ধি হব |
বৃশ্চিক = ভ্ৰমণৰ যোগাযোগ পাব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ= মনৰ আশা ভংগ হব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু হানি হোৱাৰ যোগ