আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ || যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ১০ তাৰিখ মংগলবাৰ, ইংৰাজী ২৫ মে | শুক্লাপক্ষ, চতুৰ্দশী তিথি |

সূৰ্য্যোদয় = ৪/৩৬/৫৪ মি.
সূৰ্য্যোস্থয় = ৬/৪/২০ মি.

জন্মত= তুলা ৰাশি, দেৱগন, বৈশ্যবৰ্ন, বৰুণ যোগ, মহিষৰ অস্থি, পুৱা ৭/৬/৩৫ মি. পৰা দেৱাৰি গন, বাঘৰ অস্থি |

আদ্যঋতু হলে= ১৫ দিনীয়া বেশ্যা যোগ |

আজিৰ ৰাশিফলঃ =

মেষ = বন্ধুৰ দ্বাৰা প্ৰতাৰিত হব পাৰে |
বৃষ = সাহসৰ পৰিচয় দিয়াৰ সুযোগ পাব |
মিথুন = সন্তানৰ সুনামে মনত আনন্দ দিব |
কৰ্কট = পুৰণি বিবাদ নিষ্পত্তিৰ যোগ |
সিংহ= মানসিক অশান্তি বৃদ্ধি পাব |
কন্যা = উত্তম খাদ্য গ্ৰহণে মনত আনন্দ দিব |
তুলা = সাংবাদিকে সুনাম লাভ কৰিব |
বৃশ্চিক = ক্ৰীড়াত আনন্দ লাভ কৰিব |
ধনু = মনৰ আশা পূৰন হব |
মকৰ= অযথা ব্যয় বৃদ্ধি হব |
কুম্ভ = সাহিত্যিকৰ সুনাম লাভ |
মীন = ছাত্রীৰ মনত আনন্দ লাভ