আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ || যোগাযোগৰ বাবে = 9101835041, 9854200799

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ৭তাৰিখ শনিবাৰ, ইংৰাজী ২২ মে | শুক্লাপক্ষ, দশমী তিথি, দিবা ৯/১৫/২০ মি. পৰা একাদশী তিথি |

সূৰ্য্যোদয় = ৪/৩৭/৫৩ মি.
সূৰ্য্যোস্থয় = ৬/২/৫৩ মি.

জন্মত= কন্যা ৰাশি, মনুষ্য গন, শূদ্ৰবৰ্ন, বায়ু যোগ, গৰুৰ অস্থি ||

আদ্যঋতু হলে= ৭ দিনীয়া কান্তা যোগ, দিবা ২/৬/৫০ মি. পৰা ১৫ দিনীয়া বেশ্যা যোগ |

*আজিৰ ৰাশিফলঃ* =

মেষ= মানসিক অশান্তি বৃদ্ধি হব |
বৃষ = শুভ সংবাদ লাভ কৰিব |
মিথুন = কৰ্মত বাধা প্ৰাপ্ত হব |
কৰ্কট = সন্মান লাভ কৰিবলৈ সক্ষম হব |
সিংহ= কৰ্মত জটিলতা বৃদ্ধি হব |
কন্যা = মানসিক অৱসাদ লভিব |
তুলা = বুদ্ধিহানি হোৱাৰ যোগ আছে, সেয়ে সাৱধান হব
বৃশ্চিক = ভ্ৰমণত শুভ যোগাযোগ পাব |
ধনু = অযথা সময় ক্ষতি হব |
মকৰ= ঘৰলৈকে আত্মীয়ৰ আগমন ঘটিব |
কুম্ভ = সঞ্চয় বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি |
মীন = সাবধান হব, ৰাজভয় আছে