আজিৰ ৰাশিফল – জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা

আজি বহাগ মাহৰ ২৯তাৰিখ বৃহস্পতিবাৰ, ইংৰাজী ১৩মে | শুক্লাপক্ষ, দ্বিতীয়া তিথি ||

সূৰ্য্যোদয় = ৪/৪৭/২২মি.
সূৰ্য্যোস্থয় = ৫/৫১/৬মি.

জন্মত= বৃষ ৰাশি, শূদ্ৰ বৰ্ন, মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে= ৭ দিনীয়া পতিহিতা যোগ ||

*আজিৰ ৰাশিফলঃ* =

মেষ= সন্তানৰ পৰা মনত অশান্তি আহিব পাৰে ||
বৃষ = মাতৃৰ পৰা মন আনন্দত আত্মহাৰা হব ||
মিথুন = ঘৰুৱা সম্পদ বৃদ্ধিৰ যোগ চলিছে ||
কৰ্কট = হঠাত কোনো কাৰণত মন উৎসাহিত হব ||
সিংহ= কাৰো পৰা আপুনি প্ৰেৰণা নাপাব ||
কন্যা = সাৱধান হব, ভ্ৰমণত কষ্ট পোৱাৰ যোগ আছে ||
তুলা = খেতিয়কে খেতিত সুফল লাভ কৰিব ||
বৃশ্চিক = পুলিচ চাকৰি কৰা লোকৰ কষ্ট বৃদ্ধি হব ||
ধনু = চোৰৰ পৰা সাৱধান হৈ থাকিব ||
মকৰ= সমাজ সেৱক লোকৰ সামাজিক সন্মান বৃদ্ধি ||
কুম্ভ = নতুন প্ৰেমে মনত আউল লগাব পাৰে, সাৱধান হব ||
মীন = ছোৱালীৰ বাবে মনত দুখ পাব পাৰে ||