আকাশ-মিতু ভূঞাঁ..

আকাশ
শুকুলা মেঘৰ ডাব়ৰীয়া বাস
ফৰকাল বতৰৰ নীলা বৰণীয়া
আকাশ…………..
জাক জাক চৰাই উৰি উৰি যায়
ৰঙীন হৈ পৰে নীলা বৰণীয়া
আকাশ……………
আকাশৰ নিচিনা নই কাৰোব়ে
ইমান বহল বুকু যত
মেঘৰ তাণ্ডবকো সহজে
সহি লৈ যায়……..
বগলী বগা ৰং…..
আকাশৰ বুকুচা
শান্তিৰ নিৰাময় কৰি যায়
এজাক মলয়া বতাহে
হিয়া চুই যায়….

…….মিতু ভূঞাঁ..