আই পি এল ২০২২ ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব

p.c- The Quint

আই পি এল ২০২২ ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা-  আই পি এল ২০২২ ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু মুম্বাই আৰু পুনেত খেলসমূহ খেলা  হ’ব বুলি আই পি এল পৰিচালনা পৰিষদে এক ভাৰ্চুৱেল বৈঠকত সিদ্ধান্ত লয়। মুম্বাইৰ ৱানখেডে ষ্টেডিয়াম, ব্ৰেবোৰ্ণ ষ্টেডিয়াম আৰু ডি ৱাই পাটিল ষ্টেডিয়ামত প্ৰায় ৫৫ খন আই পি এল ২০২২ খেল অনুষ্ঠিত হ’ব, আনহাতে বাকী ১৫ খন খেল পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।