আই.টি.বি.পি.য়ে ইয়াৰ ইতিহাসৰ ওপৰত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছে কিতাপ

pc Tribune India

আই.টি.বি.পি.য়ে ইয়াৰ ইতিহাসৰ ওপৰত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছে কিতাপ

অনলাইন বাৰ্ত্তাসেৱা – ইণ্ডো-টিবেটান বৰ্ডাৰ পুলিচে (আ.ই.টি.বি.পি.) দেওবাৰে ইয়াৰ ইতিহাসৰ ওপৰত ‘History of ITBP’ শীৰ্ষক প্ৰথমখন কিতাপ মুকলি কৰে। এই ৬০০ পৃষ্ঠাৰ কিতাপখন তথ্যগত ইতিহাস আৰু বিষয়া আৰু সৈন্যবাহিনীক অৰ্ধসামৰিক বাহিনীৰ বিষয়ে জানিবলৈ ‘ৰেফাৰেন্স ভলিউম’ নিৰ্মাণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰকাশ কৰা হৈছিল। আই.টি.বি.পি.ৰ এজন মুখপাত্ৰই উল্লেখ কৰে, “ইয়াত যোৱা ছয় দশকত আই.টি.বি.পি.ৰ বিভিন্ন যুগান্তকাৰী সফলতা অন্তৰ্ভুক্ত হৈ আছে।”

(UD.)