আই চি চিৰ টি-২০ বিশ্বকাপৰ সূচী প্ৰকাশ

pc-News18

আই চি চিৰ টি-২০ বিশ্বকাপৰ সূচী প্ৰকাশ

অনলাইন বাৰ্ত্তাসেৱা– আ চি চিয়ে ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ সূচী ঘোষণা কৰিলে। প্ৰকাশিত সূচী অনুসৰি ১৭ অক্টোবৰৰ পৰা যোগ্যতা নিৰ্ণয়কাৰী মেচসমূহ অনুষ্ঠিত হ’ব। মূল পৰ্যায়ৰ মেচসমূহ ২৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ প্ৰথম মেচখনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিব অষ্ট্ৰেলিয়া। ইফালে ভাৰতৰ প্ৰথমখন মেচ পাকিস্তানৰ বিৰুদ্ধে ২৪ অক্টোবৰত হ’ব।

 

(RT)