আই. এছ. সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্কৰ অভিযোগত কেৰালাৰ ২ গৰাকী মহিলাক গ্ৰেপ্তাৰ

pc The Indian Express

আই. এছ. সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্কৰ অভিযোগত কেৰালাৰ ২ গৰাকী মহিলাক গ্ৰেপ্তাৰ

অনলাইন বাৰ্ত্তাসেৱা – ইছলামিক ষ্টেট (আই.এছ.) সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্কৰ অভিযোগত কেৰালাৰ কান্নুৰৰ পৰা দুজন মহিলাক এন.আই.এ.য়ে নিজৰ জিম্মাত লৈছে। এন.আই.এ.য়ে অভিযোগ কৰা অনুসৰি দুয়োজনে তেওঁলোকৰ সামাজিক মাধ্যমৰ জৰিয়তে আই. এছ. ৰ আদৰ্শ বিয়পাই আছিল। আৰক্ষীয়ে কৰ্ণাটকত আগতে গ্ৰেপ্তাৰ হোৱা তেওঁলোকৰ এজন সহযোগীৰ পৰা পোৱা তথ্যৰ ভিত্তিত দুয়োকে অনুসৰণ কৰিছিল।