আইচিচি টেষ্ট ৰেংকিঙত ৰবীন্দ্ৰ জাদেজা বিশ্বৰ এক নম্বৰ অলৰাউণ্ডাৰ

p.cTribune India

আইচিচি টেষ্ট ৰেংকিঙত ৰবীন্দ্ৰ জাদেজা বিশ্বৰ এক নম্বৰ অলৰাউণ্ডাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ ৰবীন্দ্ৰ জাদেজাই মোহালিত অনুষ্ঠিত প্ৰথম খন টেষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে মেচ বিজয়ী প্ৰদৰ্শনৰ পিছত অলৰাউণ্ডাৰৰ বাবে আইচিচি টেষ্ট ৰেংকিঙত ১ নম্বৰ স্থানলৈ উন্নীত হয়। জাদেজাই ১৭৫*(২২৮) ৰাণ কৰাৰ পিছত আৰু শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত নটা উইকেট লৈছিল। জাদেজা ৪০৬ ৰেটিং পইণ্টৰ সৈতে শীৰ্ষত আছে। ৰবিচন্দ্ৰন অশ্বিন তৃতীয় স্থানত আছে।