আইএছএছএফ শ্বুটিং বিশ্বকাপত ভাৰতৰ মহিলা দলৰ সোণৰ পদক অৰ্জন

p.c the bridge

আইএছএছএফ শ্বুটিং বিশ্বকাপত ভাৰতৰ মহিলা দলৰ সোণৰ পদক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা-  ইশা সিং, পি নিবেতা আৰু ৰুচিতা ভিনাৰকাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল দলৰ প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত ভাৰতে কায়ৰোত চলি থকা আইএছএছএফ শ্বুটিং বিশ্বকাপত দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰিছে। তিনিওজনে জাৰ্মানীৰ এণ্ড্ৰিয়া কাথাৰিনা হেকনাৰ, চেন্দ্ৰা ৰেইটজ আৰু কেৰিনা উইমাৰক ১৬-৬ত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে, ১৯ বছৰীয়া সৌৰভ চৌধুৰীয়ে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলত স্বৰ্ণ জয় কৰিছিল।