অৰ্ধসামৰিক বাহিনীত ৭৩,২১৯ টা পদ খালী: নিত্যানন্দ ৰায়

pc hindustan times

অৰ্ধসামৰিক বাহিনীত ৭৩,২১৯ টা পদ খালী: নিত্যানন্দ ৰায়

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱসৰ, পদত্যাগ, মৃত্যু আৰু কেডাৰ সমীক্ষাৰ বাবে অৰ্ধসামৰিক বাহিনীত প্ৰায় ৭৩,২১৯ টা পদ খালী হৈ আছে, গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদত জনায়। “খালী পদসমূহ পূৰণ কৰাটো এটা চলিত নিৰন্তৰ প্ৰক্ৰিয়া যিটো বাহিনীৰ প্ৰশাসনিক আৰু কাৰ্যকৰী প্ৰয়োজনীয়তা অনুসৰি কৰা হয়,” ৰায়ে লগতে কয়।