অসম : দুজন কাজিৰঙা বনকৰ্মীক গ্ৰেপ্তাৰ

অসম : দুজন কাজিৰঙা বনকৰ্মীক গ্ৰেপ্তাৰ

অনলাইন বাৰ্তাসেৱা – দেওবাৰে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুজন বনকৰ্মীৰ পৰা গঁড়ৰ শিঙৰ এটা ভঙা টুকুৰা উদ্ধাৰ কৰাৰ পিছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। এজন কৰ্তৃপক্ষই জানিব দিয়া মতে এই চোৰাং চিকাৰীৰ সৈতে কোনো দূৰ্ভিত জৰিত আছে নে নাই সেই কথা নিশ্চিত কৰা হোৱা নাই।

এই দুজন অভিযুক্ত কৰ্মচাৰি, ছোনিয়া ওৰাং (ফৰেষ্ট গাৰ্ড) আৰু দীপেন কুমাৰ নাথ (হোম গাৰ্ড) এই কাৰ্যৰ বাবে দায়বদ্ধ বুলি বিবেচনা কৰা হৈছিল আৰু জিম্মাত লোৱা হৈছিল।

বন মন্ত্ৰীৰ পিআৰঅ’য়ে এই খন্ধৰ্ভত প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই জনাইছিল যে এজন বনৰক্ষী আৰু এজন গৃহৰক্ষীক বাগোৰী ৰেঞ্জৰ বিষয়া ধৰা পৰিছে বুলি। কৰ্তৃপক্ষই আৰু কৈছিল যে তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে।

 

M.M