অসম গো-সংৰক্ষণ বিধেয়ক, ২০২১

pc Organiser.jpg

অনলাইন বাৰ্ত্তাসেৱা – অসম গো সংৰক্ষণ বিধেয়ক, ২০২১-ৰ উদ্দেশ্য হৈছে গৰু হত্যা, ব্যৱহাৰ আৰু অবৈধভাৱে গৰু পৰিবহণ নিয়ন্ত্ৰণ কৰা। ইয়াৰ দ্বাৰা গৰু হত্যা নিষিদ্ধ কৰা হ’ব। আনহাতে, ১৪ বয়স বছৰ বয়সতকৈ অধিক বুলি নিশ্চিত কৰা প্ৰমাণপত্ৰ প্ৰাপ্ত কৰাৰ পিছতহে  ইয়াৰ বাবে অনুমতি প্ৰদান কৰা হ’ব। মূলতঃ হিন্দু, জৈন আৰু শিখ সম্প্ৰদায়ৰ বাসস্থান আৰু যিকোনো মন্দিৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে এই বিধেয়কখনৰ দ্বাৰা।

(UD.)