অসম কলেজ শিক্ষক সংস্থাৰ বিদায়ী অধ্যাপকৰ সম্বৰ্ধনা সভা

অসম কলেজ শিক্ষক সংস্থাৰ বিদায়ী অধ্যাপকৰ সম্বৰ্ধনা সভা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম কলেজ শিক্ষক সংস্থাৰ অন্তৰ্গত কামৰূপ মহানগৰ মণ্ডলে  গুৱাহাটী মহাবিদ্যালয়ত যোৱা তিনিটা বছৰত অৱসৰ গ্ৰহণ কৰা অধ্যাপক সকলৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷সভাত সভাপতিত্ব কৰে মন্দলৰ সভাপতি সম্ৰাট বৰাই৷ সভাত গুৱাহাটী মহাবিদ্যালয়ৰ উপৰিও অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি প্ৰমুখ্যে কাৰ্যকৰ্তা সকল উপস্থিত থাকে৷ উক্ত সভাত অৱসৰপ্ৰাপ্ত ৯৩ জন অধ্যাপকক সম্বৰ্ধনা জনোৱা হয়৷