অসম আৰু মেঘালয়ৰ ৫০ বছৰ পুৰণি সীমা বিবাদ সমাধানৰ বাবে চুক্তি স্বাক্ষৰ 

অসম আৰু মেঘালয়ৰ ৫০ বছৰ পুৰণি সীমা বিবাদ সমাধানৰ বাবে চুক্তি স্বাক্ষৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যসমূহৰ মাজত ৫০ বছৰ পুৰণি সীমান্ত বিবাদ সমাধানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে। “বিবাদৰ ১২ টা বিষয়ৰ ভিতৰত ছয়টা সমাধান কৰা হৈছে… বাকী ছয়টা বিষয় অতি সোনকালে সমাধান কৰা হ’ব,” গৃহমন্ত্ৰী অমিত শ্বাহে কয়। তেওঁ দুয়োজন চিএমএছক প্ৰস্তাৱটোৰ বাবে অভিনন্দন জনাইছিল।