অসমৰ ব্যক্তিগত চিকিৎসালয়ত কোভিড-১৯ চিকিৎসাৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

PC- twitter

অসমৰ ব্যক্তিগত চিকিৎসালয়ত কোভিড-১৯ চিকিৎসাৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাশুকুৰবাৰে ৰাজ্যখনত কোভিড চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়সমূহে ৰোগীসকলকৰ পৰা এক নিৰ্ধাৰিত মাচুল ল’ব পাৰিব বুলি এক নিৰ্দেশনা জাৰি কৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে এক সমীক্ষা সন্মিলনৰ সময়ত চুপাৰ-স্পেচিয়েলিটি আৰু সাধাৰণ ৱাৰ্ডত কোভিড-১৯ৰ চিকিৎসাৰ বাবে ৰোগী-অনুকূল মূল্য নিৰ্ধাৰণৰ ওপৰত আলোচনা হৈছিল। “ব্যক্তিগত চিকিৎসালয়ত কোভিড-১৯ চিকিৎসাৰ হাৰ নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে। সাধাৰণ আৰু চুপাৰ-স্পেচিয়েলিটি দুয়োটা ৱাৰ্ডৰ বাবে সুলভ হাৰ নিৰ্ধাৰণ কৰা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰে।