অসমবাসীৰ বাবে আজি মুকলি কৰা হৈছে নতুন SOP

pc India TV

অনলাইন বাৰ্ত্তাসেৱা – ৬ জুনৰ পৰা ১৬ জুনলৈ কাৰ্যকৰি কৰা হ’ব নতুন SOP খন। এই SOP খনৰ ডডিয়তে অসমত কিছু পৰিমানে শিথিলতা দেখা যাব নিয়ম-নীতিসমূহৰ ক্ষেত্ৰত। এই নতুন SOPৰ মতে, ১১ বজাৰ পৰিৱৰ্তে ১২ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা ৰাখিব পাৰিব আৰু দিনৰ ১ বজাৰ পৰা ৫ বজালৈ থাকিব সান্ধ্য আইন। কিন্তু আন্তঃজিলা পৰিবহন আগৰ দৰেই বন্ধ থাকিব। সান্ধ্য আইনৰ সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহ খোলা খাকিব। চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব।