অসমত Covid19 ৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল। সকলো শিক্ষার্থীক দ্বিতীয় বৰ্ষলৈ কৰিব উত্তীর্ণ। এই সিদ্ধান্ত AHSECৰ।।