অসমত কাৰ্ফিউ নোহোৱা সময়ত যান- বাহনত অড-ইভেন নিয়ম অনুসৰণ কৰিব লাগিব

বাৰ্তসেৱা – এছ.ও.পি. অনুসৰি, ৰাস্তাত বাহন চলাচল কৰাৰ বাবে অড-ইভেন সূত্ৰ  (পঞ্জীয়ন প্লেট) নিয়ম বাধ্যতামূলক হ’ব।

নতুন নিৰ্দেশনা অনুসৰি, সকলো বাহনক (চৰকাৰী বাহনৰ বাহিৰে) পুৱা 05:00 বজাৰ পৰা আবেলি 02:00 বজাৰ ভিতৰত অড-ইভেন অনুসৰি চলাচল কৰিবলৈ অনুমতি দিয়া হ’ব। অৱশ্যে, চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে ব্যৱহৃত ব্যক্তিগত বাহনবোৰ চলাচল কৰিবলৈ অনুমতি দিয়া হ’ব।