অলিম্পিকৰ পদক অলপৰ বাবে হেৰুৱালেও তুমি আন ভাৰতীয়তকৈ বহু আগবাঢ়ি যাবলৈ সক্ষম হৈছাঃ প্ৰধানমন্ত্ৰী মোদী

pc The New Indian Express

অলিম্পিকৰ পদক অলপৰ বাবে হেৰুৱালেও তুমি আন ভাৰতীয়তকৈ বহু আগবাঢ়ি যাবলৈ সক্ষম হৈছাঃ প্ৰধানমন্ত্ৰী মোদী

অনলাইন ববাৰ্ত্তাসেৱা – ২৩ বছৰীয়া গল্ফাৰ অদিতি অশোকে টকিঅ’ অলিম্পিকত চতুৰ্থ স্থান লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে, “Well played… You’ve shown tremendous skill and resolve.” তেওঁ লগতে কয়, “A medal was narrowly missed but you’ve gone farther than any Indian and blazed a trail. Best wishes for your future endeavours.” এনেদৰে ভৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে ভাৰতীয় গোল্ফ খেলুৱৈ অদিতি আশেকক শুভকামনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে অদিতি হৈছে একেৰাহে দুটা অলিম্পিকত গল্ফত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম ভাৰতীয় মহিলা।

(UD.)