অলিম্পিকত পুৰুষৰ হকীত পুল এ-ত ভাৰতে লাভ কৰিছে দ্বিতীয় স্থান; দেওবাৰে কোৱাৰ্টাৰ ফাইনেল

pc India TV News

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকত অনুষ্ঠিত পুল-এত পুৰুষৰ হকী খেলত ভাৰতে জাপানক ৫-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। এইটো ইভেণ্টত ভাৰতৰ পোনপটীয়া তৃতীয় বিজয়। ভাৰতে পুল-এৰ পইণ্ট তালিকাত পাঁচখন খেলৰ পৰা ১২ পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান লাভ কৰে। ভাৰতৰ কোৱাৰ্টাৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব দেওবাৰে পুল-বি ত তৃতীয় স্থানত থকা দলটোৰ বিৰুদ্ধে।

(UD.)