অলিম্পিকত পতাকাবাহক হ’ব মিঠাপুৰৰ দ্বিতীয়গৰাকী হকী অধিনায়ক মনপ্ৰীত

pc Olympics.jpg

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে অলিম্পিকত উদ্বোধনী অনুষ্ঠানত দেশৰ বাবে পতাকাবাহক হিচাপে মনোনীত হোৱা মিঠাপুৰ, জলন্ধৰৰ পৰা ষষ্ঠ তথা দ্বিতীয়জন হকী খেলুৱৈ হিচাপে পৰিগণিত হয়। মনপ্ৰীতে কয়, “মিঠাপুৰ গাঁৱৰ পৰা হকী খেলি পতাকাবাহক হিচাপে নাম অৰ্জন কৰাটো এক ডাঙৰ সন্মান।” মিঠাপুৰৰ প্ৰাক্তন অধিনায়ক পৰগত সিং ১৯৯৬ চনৰ অলিম্পিকত পতাকাবাহক আছিল।

(UD.)