অলিম্পিকত দ্বিতীয়বাৰৰ বাবে পদক বিজয় কৰিবলৈ সক্ষম হোৱা পি ভি সিন্ধুলৈ চৰকাৰৰ আৰ্থিক পুৰস্কাৰ

pc-timesofindia

অলিম্পিকত দ্বিতীয়বাৰৰ বাবে পদক বিজয় কৰিবলৈ সক্ষম হোৱা পি ভি সিন্ধুলৈ আৰ্থিক পুৰস্কাৰ ঘোষণা।অন্ধ্ৰপ্ৰেদশৰ মু্খ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে পি ভি সিন্ধুলৈ ঘোষনা কৰিছ ৩০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ।আনহাতে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে পি ভি সিন্ধুলৈ আগবঢ়াইছে ২ একৰ ভূমি।বিশাখাপট্টনমত বেডমিণ্টন একেডেমী স্থাপন কৰিবলৈ এই ভূমি আগবঢ়াইছে ৰাজ্য চৰকাৰখনে।