অমিতাভ বচ্চনে কোডিদ মহামাৰীৰ বিৰুদ্ধে যুঁজত ১৫ কোটি টকাৰ অৱদান আগবঢ়াই

বাৰ্ত্তােসৱা- অমিতাভ বচ্চনে সোমবাৰে নিশা তেওঁৰ ব্যক্তিগত ব্লগত তেওঁ কয় যে তেওঁ প্ৰায় ১৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছে আৰু অধিক অৱদান কৰিবলৈ তেও হেলা নকৰে যিহেতু ভাৰতে কোভিড মহামাৰীৰ সৈতে যুঁজ দি আছে।অমিতাভে আনসকলক আগবাঢ়ি আহিবলৈ উৎসাহিত কৰি কয়, “আমি সকলোৱে একতা আৰু একতাৰ প্ৰদৰ্শনকৰি আগবাঢ়ি আহোঁ, এই পৰীক্ষণত ইজনে সিজনৰ হাত ধৰি জিকিবলৈ চেষ্টা কৰো আহক।”অমিতাভে কোভিড-১৯ চিকিৎসা আৰু অনাথ শিশুসকলক সহায় কৰিবলৈ চেষ্টা কৰি থকা কথাবোৰ share কৰে। ।