অন্ধ্ৰ প্ৰদেশৰ মন্ত্ৰী মেকাপতি গৌথাম ৰেড্ডীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়

pc newsmeter

অন্ধ্ৰ প্ৰদেশৰ মন্ত্ৰী মেকাপতি গৌথাম ৰেড্ডীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়

ৰঙিলী বাৰ্ত্তাসেৱা-  অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী মেকাপতি গৌথাম ৰেড্ডীৰ হৃদৰোগত আক্ৰান্ত হৈ ৫০ বছৰ বয়সত মৃত্যু হয়। ৰেড্ডীক হায়দৰাবাদৰ এপোলো চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল, চিকিৎসালয়খনে এক বিজ্ঞপ্তিত কয়। “চিপিআৰ ৯০ মিনিটতকৈও অধিক সময় ৰখা হৈছিল। আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা স্বত্বেও তেওঁক পুনৰুজ্জীৱিত কৰিব পৰা নগ’ল,” ইয়াত যোগ দিয়া হৈছে।