অন্তিমখন খেলত ২১ ৰাণত পৰাস্ত ভাৰত 

Pc ESPN cricinfo

অন্তিমখন খেলত ২১ ৰাণত পৰাস্ত ভাৰত 

ৰঙিলী বাৰ্ত্তাসেৱা-  অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা ৩ খন এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ২১ ৰাণত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াৰ দলটোৱে ২৬৯ ৰাণ সংগ্ৰহ কৰে। প্ৰথম দুখন খেলৰ দৰে, তৃতীয় এদিনীয়াত ভাৰতৰ বেটিং পুনৰ বিফল হয় আৰু ৪৯.১ অভাৰত ২৪৮ ৰাণত অল আউট হয়। অষ্ট্ৰেলিয়াই তৃতীয় এদিনীয়াত জয়লাভ কৰি ২-১ ত শৃংখলাটো দখল কৰে।