অনু মালিকৰ মাতৃ ‘বিলকুইছ মালিক’ৰ ৮৬ বছৰ বয়সত মৃত্যু

pc India.in

অনলাইন বাৰ্ত্তাসেৱা –  সংগীত পৰিচালক অনু মালিক, আবু মালিক আৰু দাবু মালিকৰ মাতৃ ‘বিলকুইছ মালিক’ৰ দেওবাৰে ৮৬ বছৰ বয়সত ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হয়। তেখেতক ভৰ্তি কৰোৱা হৈছিল মুম্বাইৰ আৰোগ্য নিধি চিকিৎসালয়ত। তেখেতৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হৈছিল ছাণ্টা ক্ৰুজ কাব্ৰাস্তানত।

(UD.)