অনুৰাগীসকলে ২০ দিনৰ ভিতৰত প্ৰস্তুত কৰি উলিয়াই ৫০,০০০ বৰ্গফুট ভূমিত চনু সুদৰ প্ৰতিকৃতি

pc Masala

অনলাইন বাৰ্ত্তাসেৱা – চনু সুদৰ এজন অনুৰাগীয়ে তেওঁৰ বাবে জন্মদিনৰ উপহাৰ হিচাপে ২০ দিনৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৫০,০০০ বৰ্গফুট ভূমিত নিৰ্মাণ কৰিছিল অভিনেতাজনৰ প্ৰতিকৃতি। শিল্পী বিপুল মিৰাজকাৰে প্ৰতিকৃতিটো তৈয়াৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। চনু সুদে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখে, “I’m beyond amazed and touched…Never did I think something like this would be possible”।

(UD.)