অনির্দিষ্টকাললৈ বন্ধ হব আঠটা ৰন্ধন গেছ প্ৰকল্প

অনির্দিষ্টকাললৈ বন্ধ হব আঠটা ৰন্ধন গছ প্ৰকল্প

অনলাইন বাৰ্তাসেৱা: অহা 23 জুনৰ পৰা অনির্দিষ্টকাললৈ বন্ধ হব উত্তৰ পূৰ্বাঞ্চলৰ আঠটা ৰন্ধন গেছ প্ৰকল্প। কেইবাটাও দাবীৰ সমৰ্থনত এই কথা ঘোষণা কৰে নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্স পৰ্টাৰ এছ’চিয়েচনে। কোভিড পৰিস্থিতিৰ মাজত ৰন্ধন গেছ বন্ধ হলে ৰাজ্যত যথেষ্ট হাহাকাৰ হোৱা সম্ভৱনা আছে। 23 জুনৰ পৰা বন্ধ থাকিব উত্তৰ গুৱাহাটী, মিৰ্জা সানপাৰা,দুলীয়াজান, শিলচৰ,গোপানাৰী,ডিমাপুৰ,বঙাইগাঁওআৰু চেকমাইল প্লান্ত।