অক্ষয় কুমাৰ অভিনীত ‘পৃথ্বীৰাজ’ ৩ জুনত মুক্তি পাব

pc India Tv

অক্ষয় কুমাৰ অভিনীত ‘পৃথ্বীৰাজ’ ৩ জুনত মুক্তি পাব

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেতা অক্ষয় কুমাৰে ঘোষণা কৰে যে তেওঁৰ আহিবলগীয়া ছবি ‘পৃথ্বীৰাজ’ ৩ জুনত মুক্তি পাব। অক্ষয়ে টুইচ কৰিছিল যে “সম্ৰাট #Prithviraj চৌহানৰ বিশাল কাহিনী হিন্দী, তামিল আৰু তেলেগু ভাষাত ৩ জুনত ডাঙৰ পৰ্দালৈ সোনকালে আহি আছে বুলি ঘোষণা কৰি উৎফুল্লিত হৈ পৰিছে।” ছবিখন ১০ জুনত মুক্তি পোৱাৰ কথা আছিল। পৃথ্বীৰাজ’ত প্ৰাক্তন মিছ ৱৰ্ল্ড মানুষী ছিল্লাৰ আৰু অভিনেতা সঞ্জয় দত্তও আছে।