ৰাজ্যত ভূমিকম্পৰ মৃদু জোকাৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত ভূমিকম্পৰ মৃদু জোকাৰণি। দুপৰীয়া ২বাজি ২৮ মিনিটত অনুভূত হয় মৃদু ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলট এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.০। ভূমিকম্পৰ ফলত কোনো স্থানৰ পৰা ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।