৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস

৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অহা -০৮ মাৰ্চত আদাগুদামৰ স্বস্তিক গাৰ্ডেনত দিনজোৰা কাৰ্যসূচীৰে ’আন্তৰ্জাতিক নাৰী দিৱস’ উদ্‌যাপন কৰা হ’ব বুলি মহিলা পৰিষদৰ সভানেত্ৰী ৰেণু দেউৰী আৰু সাধাৰণ সম্পাদিকা ৰূপাঞ্জলী পাঠকে জানিবলৈ দিয়ে৷