অনলাইন বাৰ্ত্তাসেৱা- ২০২৪ৰ পূৰ্বে ৰে’ল আৰু বিমানযোগে সংযোজিত হ’ব উত্তৰ পূবৰ ৮খন ৰাজ্যৰ ৰাজধানী। ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইয়াৰ পূৰ্বে অসমৰ বান নিয়ন্ত্ৰণ কেনেকৈ কৰিব তথ্যসহ প্ৰেজেণ্টেছন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
২০২৪ৰ পূৰ্বে ৰে’ল আৰু বিমানযোগে সংযোজিত হ’ব উত্তৰ পূবৰ ৮খন ৰাজ্যৰ ৰাজধানীঃঅমিত শ্বাহ
