১৮তম্ চিনিয়ৰ আন্তঃজিলা অসম আৰ্চাৰী চেম্পিয়নচিপ প্রতিযোগিতাখন সুকলমে সমাপ্ত
ৰঙিলী বাৰ্ত্তাসেৱা- ২৮, ২৯ আৰু ৩০ মার্চ, ২০২৪ ইং তাৰিখে আৰ্য্য বিদ্যাপীঠ কলেজ খেলপথাৰত অনুষ্ঠিত ১৮তম্ চিনিয়ৰ আন্তঃজিলা অসম আৰ্চাৰী চেম্পিয়নচিপ প্রতিযোগিতাখন সুকলমে সমাপ্ত হোৱাত আৰক্ষী সঞ্চালক প্রধান, অসম তথা অসম আচাৰী সন্থাৰ সভাপতি মাননীয় শ্রীযুত জ্ঞানেন্দ্র প্রতাপ সিং ডাঙৰীয়াই সুকলমে খেলখন সাফল্যমণ্ডিত ভাবে হৈ যোৱাত সন্তোষ প্রকাশ কৰে আৰু বিভিন্ন জিলাৰ পৰা অহা বিভিন্ন খেলুৱৈসকল আৰু বিভিন্ন বিষয়ববীয়াসকলক অভিনন্দন জ্ঞাপন কৰে ।
২৮।৩।২০২৪ ৰ খেল খনত ২২ খন জিলাৰ পৰা ২২০ জন খেলুৱৈ যোগদান কৰিছে। ২৮।৩।২০২৪ ইং তাৰিখে প্ৰথম দিনাৰ Indian Round 50 mt. আৰু 30 mt distance, Indian Round Men Olympic, Indian Round women Olympic খেল সমূহ অনুষ্ঠিত হয়। সন্ধিয়া বঁটা বিতৰণী অনুষ্ঠানত Commissioner of Police, Guwahati শ্রী দিগন্ত বৰা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ সংঘচালক শ্রীগুৰু প্ৰসাদ মেধি, অসম আৰ্চাৰী সন্থাৰ সম্পাদক শ্রীজয়ন্ত বড়ো, উপসভাপতি শ্রী সঞ্জীব দাস, শ্রী মৃদুল মেধি, কামৰূপ (মেট্ৰ’)ৰ সভাপতি শ্রী সুৰেন্দ্ৰ গোৱেল, অলিম্পিক সন্থাৰ উপসভাপতি শ্রী বিষ্ণু নুনীচা উপস্থিত আছিল।
২৯।৩।২০২৪ ইং তাৰিখৰ বঁটা বিতৰণীত আৰ্য্য বিদ্যাপীঠ কলেজৰ অধ্যক্ষ ড০ প্রদীপ কুমাৰ ভট্টাচাৰ্য্যৰ লগতে অখিল ভাৰতীয় কল্যাণ, অসমৰ সম্পাদক শ্রী নিত্য দলে উপস্থিত আছিল। Indian Round ত 50 mtত মহেশ্বৰ বড়ো, গল্ড, ৰিতুমণি স্বর্গীয়াৰী-চিলভাৰ, দিদৱাল বসুমতাৰী ব্ৰঞ্জ, মহিলাৰ 50mt দামিনী বড়ো গল্ড, পল্লবী দাস চিলভাৰ, সুলেখা বড়ো ব্রঞ্জ, মহিলাৰ 30 mtত নম্রতা ব্রহ্ম গল্ড, বিনোমা ব্রহ্ম চিলভাৰ, ৰীতা বসুমতাৰীয়ে ব্রঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হয়।
২৯।৩।২০২৪ ইং তাৰিখৰ খেলত Indian Rounds Men Team ত বাক্সা জিলাই গল্ড, কামৰূপ (মেট্ৰ’) চিলভাৰ আৰু কোকৰাঝাৰ জিলাই ব্ৰঞ্জ মেডেল লাভ কৰে। আনহাতে Indian Round Women Teamত অসম পুলিচে Gold, কামৰূপ (মেট্ৰ’) চিলভাৰ, চাউথ গুৱাহাটী আৰ্চাৰী ক্লাবে ব্ৰঞ্জৰ পদক লাভ কৰে।
৩০।৩।২০২৪ ইং তাৰিখে হোৱা ৰিকাৰ্ড আৰু কম্পাউণ্ড খেলত তলত দিয়া ধৰণে খেলুৱৈ সকলে বঁটা লাভ কৰে-
ৰিকাৰ্ভ পুৰুষ ৭০মিটাৰত বিশাল চাংমাই গ’ল্ড
ধনীৰাম বসুমতাৰী চিলভাৰ
প্ৰডাকচন বৰগয়াৰী ব্রঞ্জ
(কামৰূপ মেট্ৰ’ৰ আৰ্য্য কলেজ আচাৰী ক্লাব)
ৰিকাৰ্ড পুৰুষ ৭০ মিটাৰত অভিজ্ঞান ভট্টাচার্য্য কামৰূপ (মেট্র’) গ’ল্ড
দীপজ্যোতি চৌধুৰী (এন.এফ.আৰ.এছ.এ) চিলভাৰ
জিনাল ঠাকুৰীয়া (এন.এফ.আৰ.এছ.এ) ব্রঞ্জ
ৰিকাৰ্ড মহিলা ৭০ মিটাৰত জ্যোৎস্না ব্রহ্ম, কোকৰাঝাৰ গ’ল্ড
জাৰিমিন দৈমাৰী (বি.এইচ.ই.আৰ) চিলভাৰ
অনিচা দাস, কামৰূপ (মেট্র’) গ’ল্ড
ৰিকাৰ্ড পুৰষ অলিম্পিক ৰাউণ্ড বিশাল চাংমাই গল্ড
চানচুলা মোচাহাৰী চিলভাৰ
অভিজ্ঞান ভট্টাচার্যই ব্ৰঞ্জৰ
কম্পাউণ্ড পুৰুষ ৫০ মিটাৰত অর্ণবজ্যোতি ডেকা (এন.এফ.আৰ.এছ.এ) গ’ল্ড
মিথিচাৰ ব্ৰহ্ম (এন.এফ.আৰ.এছ.এ) চিলভাৰ
হেমন্ত বড়ো (অসম পুলিচ) ব্ৰঞ্জ
কম্পাউণ্ড পুৰষ অলিম্পিক ৰাউণ্ড পৰাশন নাথ (এন.এফ.আৰ.এছ.এ) গ’ল্ড
মানৱজ্যোতি বর্মন (অসম পুলিচ) চিলভাৰ
বলোসিং বসুমতাৰী (কোকৰাঝাৰ) ব্ৰঞ্জ
কম্পাউণ্ড মহিলা ৫০ মিটাৰত এঞ্জেলিনা গগৈ (এন.এফ.আৰ.এছ.এ) গ’ল্ড
চৈয়দা নিহাদ ওমৰ (কামৰূপ মেট্র) চিলভাৰ
অঞ্জলী বড়ো (বাক্সা) ব্রঞ্জ
কম্পাউণ্ড মহিলা অলিম্পিক ৰাউণ্ড মাধুৰী মেধি (কামৰূপ মেট্র) গ’ল্ড
চৈয়দা নিহাদ ওমৰ (কামৰূপ মেট্র) চিলভাৰ
এঞ্জেলিনা গগৈ (এন.এফ.আৰ.এছ.এ) ব্রঞ্জ
ইয়াৰোপৰি বিভিন্ন খেলত খেলুৱৈসকলে পদক লাভ কৰিবলৈ সক্ষম হয়।