হুমুনিয়াহ – আৰিফ হুছেইন

অণুগল্প

হুমুনিয়াহ

আৰিফ হুছেইন,কামৰূপ

হেৰা! বলা, মানুহজনে মানুহজনীক মাতিলে আৰু ক’লে – পাকঘৰৰ দুৱাৰ বন্ধৰ শব্দ পাইছো। ভাত কেইটা বাঢ়ি খাই আহো । ল’ৰা – বোৱাৰীৰ ৰুমৰ লাইট অফ কৰিছে চাগৈ!
ইয়াত বোন্দাপৰ দি থাকিলে কি হ’ব।