হাৰিয়ানা অৰ্বিটাল ৰে’ল কৰিডৰৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

Pc The Hindu

হাৰিয়ানা অৰ্বিটাল ৰে’ল কৰিডৰৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

ৰঙিলী বাৰ্ত্তাসেৱা-  গৃহমন্ত্ৰী অমিত শ্বাহে ৫,৬১৮ কোটি টকাৰ ১২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰিয়ানা অৰ্বিটাল ৰে’ল কৰিডৰৰ আধাৰশিলা স্থাপন কৰে। তেওঁ সোনিপতত ৫৯০ কোটি টকাৰ ৰে’ল ডবা নৱীকৰণ কাৰখানা আৰু ৰোহতকত ভাৰতৰ ৩১৫.৪০ কোটি মূল্যৰ আটাইতকৈ দীঘলীয়া উচ্চ ৰে’লপথটো উদ্বোধন কৰে। তেওঁ ১০৬ কোটি ব্যয়েৰে নিৰ্মাণ কৰা ভোণ্ডচীত হাৰিয়ানা আৰক্ষী আৱাস কমপ্লেক্সো উদ্বোধন কৰে।