স্তৱক – দিপ্তী মনি গোস্বামী

Pc Adobe Stock

স্তৱক 

দিপ্তী মনি গোস্বামী

নিজৰ ব্যৱহাৰেই হেনো নিজৰ পৰিচয়
বিজ্ঞজনে তেনেকৈয়ে কয়,
গাড়ী মটৰতো দেখা পোৱা যায়
সন্মূখতে এই বাক্য লিখি থয়।
সুবিধা অসুবিধা সকলোৰে হয়
জ্ঞানীজনে সদায়ে বিচাৰ কৰি চায়
ক্ষণিকতে একো সিদ্ধান্ত নল‌য়
সেয়ে এনাজৰীবোৰ দীৰ্ঘস্থায়ী হয়
মধুৰতাবোৰো অকাৰণত লয় নহয়।