লিমাৰিক
উমা দেৱী ,মৰিগাঁও
১)
পুৱা উঠি মাত নিদি গ’ল বাহিৰত
বাপেকে আহি দেখে নাই যে ভিতৰত
বাপেকৰ উঠে খং
ছোৱালী লগত ৰং
নিতে থাকিব মাকৰ চাদৰ আঁৰত ।
২)
ক’ত গৈছিলি বটা কাম নাই ঘৰত
আমাৰ বাবে ত ই খাই আছ যহঁত
চাকৰী যে তোৰ নাই
ছোৱালী পাবলৈ নাই
এতিয়া গা ঘেলাই ঘুৰি ফুৰ তহ্ঁত।