লালগণেশত স্বাস্থ্য পৰীক্ষা শিবিৰ

pc The Sentinel Assam

লালগণেশত স্বাস্থ্য পৰীক্ষা শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আসাম হেলথকেয়াৰ কো অপাৰেটিভ ছ’চাইটি লিমিটেডৰ উদ্যোগত আৰু শ্বহীদ সনাতন ডেকা বজাৰৰ কৰ্মকৰ্তাৰ সহযোগত  মহানগৰীৰ লালগণেশত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়৷শিবিৰত বিনামূলীয়া সেৱা আগবঢ়োৱাৰ লগতে ঔষধ পাতিৰো যোগান ধৰা হয়৷উক্ত শিবিৰত কেইবাজনো অভিজ্ঞ চিকিৎসকে সেৱা আগবঢ়ায়৷