লাভলীনাক উপহাৰ দিলে ৰেনল্টেঃআগবঢ়াইছে ‘কাইগাৰ’ নামৰ বাহনখন

pc-the sentianal assam

অনলাইন বাৰ্ত্তাসেৱা- অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাক সেয়েহে ৰেনল্টে আগবঢ়াইছে ‘কাইগাৰ’ নামৰ বাহনখন।গুৱাহাটী মহানগৰৰ ছয়মাইলস্থিত ৰেনল্টৰ ইণ্টেগ্ৰা শ্ব’ৰূমত অনুষ্ঠিত এক অনুষ্ঠানত এই উপহাৰ লাভলীনালৈ আগবঢ়োৱা হৈছে। ৰেনল্টৰ বিক্ৰী আৰু বিপন বিভাগৰ ভাইচ প্ৰেচিডেণ্ট সুধীৰ মালহোত্ৰাই লাভলীনাৰ হাতত এই বিলাসী বাহনখনৰ চাবি অৰ্পণ কৰিছে। লাভলীনাই এই উপহাৰ তেওঁ মাক, দেউতাকক আগবঢ়াইছে। by utpal kalita