মৰাণস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত ভয়ংকৰ ঘটনা

Pc Time8 Assam News

মৰাণস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত ভয়ংকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- মৰাণস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত ভয়ংকৰ ঘটনা। এগৰাকী ৫ মহীয়া গৰ্ভৱতী শিক্ষয়ত্ৰীক এদল ছাত্ৰ-ছাত্ৰীয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰে।তথ্য অনুসৰি, পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে শিক্ষয়িত্ৰীগৰাকীয়ে অভিভাৱক অভিযোগ দিছিল। এই কথাতে ক্ষুণ্ণ হৈ কেইবাজনো ছাত্ৰই শিক্ষয়িত্ৰীগৰাকী আক্ৰমণ কৰে। ইফালে, শিক্ষয়ত্ৰী গৰাকীক আক্রমণ কৰাৰ সৈতে জড়িত ২২ গৰাকী শিক্ষাৰ্থীৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ খবৰ প্ৰাপ্ত এই ঘটনা যোৱা ২৭ নৱেম্বৰত সংঘটিত হৈছিল।