মাতৃ শোক
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
আজি বাৰটা বছৰে দেশমাতৃৰ চৰণ চুলে । ফ্লাইটৰ পৰা নামিয়ে ঘৰ অভিমুখে যাত্রা কৰিলে। ঘৰৰ পদূলিত গাড়ীৰ পৰা নামিয়েই মা.. মা…কৈ চিঞৰি ভিতৰলৈ সোমাল । টেবুলত থকা মাকৰ ফটোখনত বগা মালাডাল দেখি তাইৰ উশাহ বন্ধ হৈ গ’ল !